কবিতা

কবিতা
Spread the love

তুমি আহিলে

তুমি আহিলে
মই থৰ হৈ ৰওঁ
মূক ভাস্কৰ্য্য এটাৰ দৰে

তোমাক লগ পোৱাৰ এই মুহূৰ্ত
দিনৰ দৰে উজ্জ্বল
ঘাঁহৰ দৰে সেউজীয়া

অথচ মৃত্যুৰ দৰে নিশ্চিত
আমাৰ মাজৰ বিচ্ছেদ

Leave a Reply

error: Content is protected !!