এজাৰ ফুলিছেমনত লাগিছে বেজাৰ বসন্তৰ বাট এটা গৈমিলিছেগৈ বৰ্ষাৰসৰু নৈখনৰ পাৰত এজাৰৰ বৰষুণে আজিঢাকি ধৰিছে
দূৰৈৰ পাহাৰৰ পৰাভাহি আহিছে বাঁহীৰ সুৰ পদূলিত ফুলি থকাৰঙা খৃচেনথিমামবোৰদুপৰ নিশাৰ বতাহতকঁপি উঠিছে বৰষুণৰ পাছতগোমা
কবিতাৰ দৰে চহৰ এখনতমই ঘূৰি ফুৰিছোঁইয়াতেই এজন ৰজা আছিললগত আছিল তেওঁৰ ৰূপৱতী ৰাণীতেওঁলোকেই সাজিছিলৰূপকথাৰ অট্টালিকাৰ
তোমাৰ চোতালৰ বাগিচাখনততোমাৰ স’তে কথা পাতি পাতিপাৰ কৰা দুপৰীয়াটোবৰকৈ মনত পৰিছে আজি শুভ্ৰ আপেল ফুলৰ
মই এজোপা ফাৰ গছৰ দৰেথিয় হৈ থাকোঁ সকলো ঋতুৰসকলো বাতাবৰণৰ স’তে যুঁজ দি তুমি কৈছিলা
কিছুদিন ধৰিদেশৰ সীমান্ত অঞ্চলতঅহৰ্নিশে চলিছে সংঘৰ্ষ সংঘৰ্ষপীড়িত অঞ্চলৰ পৰাআজি তোমাৰ মাতটো শুনিছিলোচেপা উত্তেজনাৰে ভৰাদুৰ্গম বাটটোৰেযাত্ৰা
গধূলিৰ ধূলিয়ৰি বাটদুপৰীয়াৰ নিৰ্জন পথাৰৰাতিৰ জিলমিল জোনাক সকলোতে উজলি থাকেআমাৰ শৈশৱৰ গাঁও বাৰিষাৰ কলীয়া ডাৱৰহঠাতে