পৰিণাম

পৰিণাম
Spread the love

মই জনা নাছিলোঁ
ভালপোৱাৰ পৰিণাম হ’ব পাৰে
ইমান বেদনাদায়ক!

যিয়ে মোক
কাহানিও ভালপোৱা নাছিল
আৰু ভাল নাপাব

তেওঁনো কেনেকৈ বুজিব
ভালপোৱাৰ মূল্য!!