জীৱন আৰু সাহিত্য এই দুয়োটাকৈ বিচাৰ কৰা বৰ কঠিন কাম। এই দুয়োটা কার্য এইবাবেই কঠিন
Author: Anupama Basumatary
I’m a poet, writer and a traveller. I write in Assamese language. I also love doing photography and I’m fond of music. So far, I have 18 books in my credit that includes 2 travelogues and 16 poetry collection.
যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনৰ হৈ বিপ্লৱ বৰুৱাই প্ৰকাশ কৰা আমাৰ শেহতীয়া কাব্যগ্ৰন্থ ‘জীৱন অন্বেষণৰ সাধু’
ইমানদিনে মইজীৱনৰ কবিতা লিখিছিলো পোৱা, পাই হেৰুওৱা,পলকতে হাঁহি হাঁহিপলকতে চকুপানীৰেআঁচল তিতি যোৱা,টুকুৰা ছৱিবোৰ আঁকি থাকোঁতেসপোনবোৰ
এজাৰ ফুলিছেমনত লাগিছে বেজাৰ বসন্তৰ বাট এটা গৈমিলিছেগৈ বৰ্ষাৰসৰু নৈখনৰ পাৰত এজাৰৰ বৰষুণে আজিঢাকি ধৰিছে
দূৰৈৰ পাহাৰৰ পৰাভাহি আহিছে বাঁহীৰ সুৰ পদূলিত ফুলি থকাৰঙা খৃচেনথিমামবোৰদুপৰ নিশাৰ বতাহতকঁপি উঠিছে বৰষুণৰ পাছতগোমা
কবিতাৰ দৰে চহৰ এখনতমই ঘূৰি ফুৰিছোঁইয়াতেই এজন ৰজা আছিললগত আছিল তেওঁৰ ৰূপৱতী ৰাণীতেওঁলোকেই সাজিছিলৰূপকথাৰ অট্টালিকাৰ
তোমাৰ চোতালৰ বাগিচাখনততোমাৰ স’তে কথা পাতি পাতিপাৰ কৰা দুপৰীয়াটোবৰকৈ মনত পৰিছে আজি শুভ্ৰ আপেল ফুলৰ