সঁচাকৈয়ে মৰততে স্বৰ্গ!

সঁচাকৈয়ে মৰততে স্বৰ্গ!
Spread the love

ভানু গগৈ

অনু, তোৰ ‘যাদুকৰী কাশ্মীৰ’ পঢ়ি শেষ কৰিলো। এক অনন্য লিখনিৰে কাশ্মীৰখন বুকুৰ মাজলৈ লৈ আহিলি। তোৰ যাযাবৰী মনটো আৰু প্ৰকৃতি প্ৰেমৰ সুন্দৰ প্ৰতিফলন ফুটি উঠিছে তোৰ লিখনীত। লগতে কাশ্মীৰৰ সহজ সৰল সাধাৰণ মানুহখিনিৰ মৰম আৰু আতিথ্য! উহ কি যে ভাল লগা! তাতে তোৰ ৰসাল বৰ্ণনাই কিতাপখনত সোণত সুৱগা চৰাইছে। সঁচাকৈয়ে মৰততে স্বৰ্গ!
ধন্যবাদ সখী সুন্দৰ এটি উপহাৰৰ বাবে।

error: Content is protected !!