পূব ইউৰোপৰছখনকৈ দেশ ঘূৰি ফুৰিলোঁসেই একেই উৎকণ্ঠা বুকুত লৈ প্ৰতিখন দেশৰইতিহাস আৰু ভূগোলসংস্কৃতি আৰু প্ৰকৃতিৰ
Category: Kavita
মৰুভূমিৰ বতাহৰ দৰেৰিণিকি ৰিণিকি ভাহি আহিছেতোমাৰ মাতটো বালিৰ স্তূপবোৰৰ দৰেপ্ৰাকৃতিক তোমাৰ মৰম বতাহত উৰি যোৱাতৰংগায়িত
ইমানদিনে মইজীৱনৰ কবিতা লিখিছিলো পোৱা, পাই হেৰুওৱা,পলকতে হাঁহি হাঁহিপলকতে চকুপানীৰেআঁচল তিতি যোৱা,টুকুৰা ছৱিবোৰ আঁকি থাকোঁতেসপোনবোৰ
এজাৰ ফুলিছেমনত লাগিছে বেজাৰ বসন্তৰ বাট এটা গৈমিলিছেগৈ বৰ্ষাৰসৰু নৈখনৰ পাৰত এজাৰৰ বৰষুণে আজিঢাকি ধৰিছে
দূৰৈৰ পাহাৰৰ পৰাভাহি আহিছে বাঁহীৰ সুৰ পদূলিত ফুলি থকাৰঙা খৃচেনথিমামবোৰদুপৰ নিশাৰ বতাহতকঁপি উঠিছে বৰষুণৰ পাছতগোমা
কবিতাৰ দৰে চহৰ এখনতমই ঘূৰি ফুৰিছোঁইয়াতেই এজন ৰজা আছিললগত আছিল তেওঁৰ ৰূপৱতী ৰাণীতেওঁলোকেই সাজিছিলৰূপকথাৰ অট্টালিকাৰ
তোমাৰ চোতালৰ বাগিচাখনততোমাৰ স’তে কথা পাতি পাতিপাৰ কৰা দুপৰীয়াটোবৰকৈ মনত পৰিছে আজি শুভ্ৰ আপেল ফুলৰ
মই এজোপা ফাৰ গছৰ দৰেথিয় হৈ থাকোঁ সকলো ঋতুৰসকলো বাতাবৰণৰ স’তে যুঁজ দি তুমি কৈছিলা
কিছুদিন ধৰিদেশৰ সীমান্ত অঞ্চলতঅহৰ্নিশে চলিছে সংঘৰ্ষ সংঘৰ্ষপীড়িত অঞ্চলৰ পৰাআজি তোমাৰ মাতটো শুনিছিলোচেপা উত্তেজনাৰে ভৰাদুৰ্গম বাটটোৰেযাত্ৰা
