কবিতা

কবিতা
Spread the love

তোমাৰ বুকুতে আছিল মৰমৰ সাগৰ
য’ত উটিছিলো মই পালতৰা হৈ
কেনিনো গ’ল নাও,কেনি গ’ল বঠা
শামুকৰ খোলা হৈ ঢৌত বাগৰি
পাৰত আজি মই আছোহি পৰি

বন্ধু,দুহাত তুলি মোক নিয়াহি বুটলি

Leave a Reply

error: Content is protected !!