Author: Anupama Basumatary
I’m a poet, writer and a traveller. I write in Assamese language. I also love doing photography and I’m fond of music. So far, I have 18 books in my credit that includes 2 travelogues and 16 poetry collection.
[উৎসৰ্গঃ ৰীনা জমিৰ] কোহিমাৰ আকাশতপূৰ্ণিমাৰ জোন, জিলমিল নীলা পাহাৰতউবুৰি খাই পৰা চহৰখনতহাজাৰ তৰাৰ চিকমিক এঁকা-বেঁকা
আগৰ সকলো ৰাতিতকৈ দীঘলীয়া আছিলকালিৰ ৰাতিটোআগৰ সকলো নিশ্বাসতকৈকালিৰ নিশ্বাস আছিল অতি কষ্টকৰ ভালপোৱাৰ বাবে ইয়াতকৈ
কবিতা বিচাৰি ফুৰোঁতেকেতিয়া যে জীৱনটোৱেই কবিতা হ’লমই নাজানিলোঁ হৃদয়ৰ জখমবোৰ সজাই তুলিবলৈশব্দ বিচাৰি ফুৰোঁতেকেতিয়ানো জখমবোৰেই