Author: Anupama Basumatary

I’m a poet, writer and a traveller. I write in Assamese language. I also love doing photography and I’m fond of music. So far, I have 18 books in my credit that includes 2 travelogues and 16 poetry collection.
মৃত চহৰত

মৃত চহৰত

চহৰখনত তুমি নাই বাবেৰিঙা ৰিঙা লাগিছ বৰ একোতেই আজিপ্ৰাণচঞ্চলতা নাই তোমাৰ উপস্থিতিৰেৰঙীন হৈ উঠা গধূলিটোতেনেই

হেৰিটেজ গাঁও

হেৰিটেজ গাঁও

[উৎসৰ্গঃ ৰীনা জমিৰ] কোহিমাৰ আকাশতপূৰ্ণিমাৰ জোন, জিলমিল নীলা পাহাৰতউবুৰি খাই পৰা চহৰখনতহাজাৰ তৰাৰ চিকমিক এঁকা-বেঁকা

কবিতা

কবিতা

তোমাৰ বুকুতে আছিল মৰমৰ সাগৰয’ত উটিছিলো মই পালতৰা হৈকেনিনো গ’ল নাও,কেনি গ’ল বঠাশামুকৰ খোলা হৈ

কবিতা

কবিতা

তুমি আহিলে তুমি আহিলেমই থৰ হৈ ৰওঁমূক ভাস্কৰ্য্য এটাৰ দৰে তোমাক লগ পোৱাৰ এই মুহূৰ্তদিনৰ