তুমি কুশলে থাকা

তুমি কুশলে থাকা

কিছুদিন ধৰিদেশৰ সীমান্ত অঞ্চলতঅহৰ্নিশে চলিছে সংঘৰ্ষ সংঘৰ্ষপীড়িত অঞ্চলৰ পৰাআজি তোমাৰ মাতটো শুনিছিলোচেপা উত্তেজনাৰে ভৰাদুৰ্গম বাটটোৰেযাত্ৰা

মৃত চহৰত

মৃত চহৰত

চহৰখনত তুমি নাই বাবেৰিঙা ৰিঙা লাগিছ বৰ একোতেই আজিপ্ৰাণচঞ্চলতা নাই তোমাৰ উপস্থিতিৰেৰঙীন হৈ উঠা গধূলিটোতেনেই

error: Content is protected !!