কবিতা Anupama Basumatary January 28, 2021 Kavita Spread the love তুমি আহিলে তুমি আহিলেমই থৰ হৈ ৰওঁমূক ভাস্কৰ্য্য এটাৰ দৰে তোমাক লগ পোৱাৰ এই মুহূৰ্তদিনৰ দৰে উজ্জ্বলঘাঁহৰ দৰে সেউজীয়া অথচ মৃত্যুৰ দৰে নিশ্চিতআমাৰ মাজৰ বিচ্ছেদ