কবিতা Anupama Basumatary March 21, 2021 Kavita Spread the love তোমাৰ বুকুতে আছিল মৰমৰ সাগৰয’ত উটিছিলো মই পালতৰা হৈকেনিনো গ’ল নাও,কেনি গ’ল বঠাশামুকৰ খোলা হৈ ঢৌত বাগৰিপাৰত আজি মই আছোহি পৰি বন্ধু,দুহাত তুলি মোক নিয়াহি বুটলি